১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব চাংসাৰি এইমছ

 A

 

নিউজ ডেস্ক:
 ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব চাংসাৰিৰ নিৰ্মীয়মান এইমছ।বৃহস্পতিবাৰে এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে পুৱা এইমছৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে "এইমছৰ নিৰ্মাণকাৰ্য ইতিমধ্যে ৯০ শতাংশ সম্পূৰ্ণ হৈছে। এইমছৰ ৭৫০ খন বিচনাৰ ভিতৰত এতিয়ালৈকে ১৫০ খন স্থাপন কৰা হৈছে।"

Your Comments