নিউজ ডেস্ক:
চলিত বৰ্ষতে ক’ভিডৰ আতংকৰ অন্ত পৰিব যদিহে কৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক আৰু ঔষধৰ অভাৱ পূৰ কৰিব পাৰে ৷এই কথা বিশ্ব স্বাস্থ্য সংস্হাৰ প্ৰধান বিষয়া জনে সদৰী কৰে ৷গুৰুত্বপূৰ্ণ কথা এই যে , ক’ভিড চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা প্ৰতিষেধক আৰু ঔষধ যোগানৰ ক্ষেত্ৰত অভাৱ নহলে কৰোণাত মৃত্যুৰ সংখ্যা ,ৰোগী আৰু লকডাউন আদিৰ এই বছৰতে অন্ত পৰিব বুলি আশা দেখিছে বিশ্ব স্বাস্থ্য সংস্হাই ৷
- Log in to post comments
- 16 views