অসমীয়া জাতিৰ বীৰ লাচিত বৰফুকনৰ আজি জন্ম দিন

A

নিউজ ডেস্ক:


আজি অসমীয়াৰ বীৰ লাচিত বৰফুকনৰ জন্মতিথি।ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতিৰ বীৰজনাক স্মৰণ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লাচিত দিৱসৰ পবিত্ৰ ক্ষণত বঙাইগাঁও উপায়ুক্ত কাৰ্যালয়ত জাতিৰ বীৰ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে।

অসমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ অপৰিসীম ধৈর্য, সাহস আৰু দেশ প্ৰেমেৰে উজ্জীৱিত শ্ৰেষ্ঠ মহানায়ক আছিল লাচিত।

Your Comments