ক’ভিড ভেকচিনৰ দুয়োটা ড’জ লোৱা বিমান আৰু ৰেলযাত্ৰীৰ বাবে ভাল খবৰ , পঢ়ি জানি লওঁক

A

নিউজ ডেস্ক:

ক'ভিড ভেকচিন গ্ৰহণ কৰা সকলৰ বাবে ভাল খবৰ।ক'ভিড প্ৰতিৰোধৰ  বাবে দুয়োটা ভেকচিন গ্ৰহণ কৰা যাত্ৰীসকলে কৰিব নালাগে ক'ভিড টেষ্ট।বিমানযাত্ৰী-ৰেলযাত্ৰী সকলৰ ক্ষেত্ৰত প্ৰযোজ্য হব এই গুৰুত্বপূৰ্ণ নিয়ম।স্বাস্থ্য বিভাগে শনিবাৰে জাৰি কৰিছে এই নিৰ্দেশনা।

উল্লেখ্য যে,  ক'ভিড ভেকচিনৰ দুয়োটা ড'জ গ্ৰহণ কৰা যাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নিৰ্দেশনা।যাত্ৰী সকলে বিমান বা ৰেলত যাত্ৰা কৰোতে ক'ভিড টেষ্টৰ সময়ত ভেকচিনৰ প্ৰমাণ-পত্ৰ লগত ৰাখিব লাগিব।বহিৰাজ্যৰ পৰা অহা  যাত্ৰী সকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নিয়ম।B

Your Comments