মৰিগাঁৱৰ গেৰুৱাত সুধাকণ্ঠৰ ৯২সংখ্যক জন্মদিন উদ্‌যাপন

মৰিগাঁৱৰ গেৰুৱাত সুধাকণ্ঠৰ ৯২সংখ্যক জন্মদিন উদ্‌যাপন

আজি ৰাজ্যবাসীয়ে পালন কৰিছে বিশ্ব বৰেণ্য শিল্পী, ভাৰত ৰত্ন, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯২সংখ্যক ওপজা দিন ।

মৰিগাঁৱৰ গেৰুৱাত সুধাকণ্ঠৰ ৯২সংখ্যক জন্মদিন উদ্‌যাপন

ওপজা দিনৰ লগত সংগতি ৰাখি মৰিগাঁৱৰ গেৰুৱা ছোৱালী প্ৰাথমিক বিদ্যালয়তো অনুষ্ঠিত হয় এক সাংস্কৃতিক অনুষ্ঠান ।

অঞ্চলটোৰ বহুকেইখন বিদ্যালয়ে যুটীয়াভাৱে পালন কৰিলে সুধাকণ্ঠৰ জন্মদিন ।

মৰিগাঁৱৰ গেৰুৱাত সুধাকণ্ঠৰ ৯২সংখ্যক জন্মদিন উদ্‌যাপন

অনুষ্ঠানটোত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ভূপেনদাৰ গীত পৰিবেশন কৰি এক সুৰীয়া মাত্ৰা প্ৰদান কৰা দেখা গ'ল ।
 

Your Comments