উচ্চতৰ মাধ্যমিকৰ ফলাফল : বিজ্ঞান শাখাৰ শীৰ্ষ ১০টা স্থান দখল ২৫ গৰাকী মেধাবীৰ

Hs

নিউজ ডেস্ক :
বিজ্ঞান শাখাত শীর্ষ ১০টা স্থানত দখল কৰিছে মুঠ ২৫ গৰাকী মেধাৱী ছাত্র-ছাত্ৰীয়ে।

ইয়াৰে ৪৮৬ নম্বৰেৰে প্ৰথম স্থানত আছে অবিনাশ কলিতা, আনন্দৰাম বৰুৱা একাডেমি, বৰপেটা।

দ্বিতীয় স্থানত ৪৮২ নম্বৰেৰে আছে নিয়েমা ফিৰোদৌশ, কনচেপ্ট জুনিয় কলেজ নগাঁও।

তৃতীয় স্থানত ৪৮১ নম্বৰেৰে আছে প্ৰিটপল বেজবৰুৱা, চাইবিকাশ জুনিয় কলেজ, কামৰূপ (ম)।

চতুৰ্থ স্থানত ৪৭৯ নম্বৰেৰে আছে দুজন মেধাৱী।নিবিড় ডেকা, আনন্দৰাম বৰুৱা একাডেমি বৰপেটা আৰু সাগৰ গোৱালা, ৰামানুজ জুনিয়ৰ কলেজ নগাঁও।

পঞ্চম স্থানত ৪৭৮নম্বৰেৰে আছে আশীষ কুমাৰ গাৰ্গ, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও।

ষষ্ঠ স্থানত ৪৭৭ নম্বৰেৰে আছে তিনিজন মেধাৱী ছাত্ৰ-ছাত্ৰী। অৰ্জুন বৰগোঁহাই, চল্টব্ৰুক একাডেমি, ডিব্ৰুগড়।আয়োশী কাব্ৰা, চাইবিকাশ জুনিয় কলেজ, কামৰূপ(ম)।বিৰেনজিৎ হাজৰিকা, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।
 
সপ্তম স্থানত ৪৭৬নম্বৰেৰে আছে সাতজন মেধাৱী।
শুভাশীষ ভৌমিক, গোৱালপাৰা কলেজ।অম্লান জ্যোতি পেগু আৰু সবনম গুঞ্জন বৰুৱা ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও।বিভাশ কাফলে আৰু অংশুমালি শৰ্মা তেজপুৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ। 

অষ্টম স্থানত ৪৭৫ আছে চাৰিজন মেধাৱী। মনীৰুল ইছলাম, চিনময় নাথ, আমিসা সিং, হিমাঞ্জলি বুঢ়াগোঁহাই ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

নৱম স্থানত ৪৭৪নম্বৰেৰে আছে তিনিজন মেধাৱী।আসিফা নাজিন লস্কৰ, মাৰায়াম আজমল মহিলা কলেজ চাইন্স এণ্ড টেকনলজি হোজাই।উৎপল ৰাজ কেম্প্ৰায় ৰামানুজন জুনিয় কলেজ নগাঁও।শিৱানুজ বৰকটকী অৰুণোদয় একাডেমি শিৱসাগৰ।

দশম স্থানত ৪৭৩ নম্বৰেৰে আছে চাৰিজন মেধাবী। কুনাল তালুকদাৰ, আনন্দৰাম বৰুৱা একাডেমী বৰপেটা।অভিজিত চৌধুৰী কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা।ইফটিকা আহমেদ আৰু অংকিতা শইকীয়া, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও।

Your Comments