উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত মুঠ ২৪জন শীর্ষ দহটা স্থানত আছে।প্ৰথম স্থানত তৃষ্ণা মহেশ্বৰী,চল্টব্ৰুক একাডেমী, ডিব্ৰুগড়।মুঠ নম্বৰ ৪৭১।
দ্বিতীয় স্থানত আছে সৰ্পিত কৌৰ , সোণাৰি জুনিয়ৰ কলেজ,চৰাইদেউ, ৪৬৮মুঠ নম্বৰ।
তৃতীয় স্থানত আছে বিনীতা সাহা, ৰামানুজন গুপ্তা জুনিয়ৰ কলেজ কাছাৰ।৪৬৬ নম্বৰ লাভ কৰিছে।
চতুৰ্থ স্থানত ৪৬৫ নম্বৰেৰে আছে তিনিজন মেধাৱী।জ্ঞানদ্বীপ দুৱৰা, ৰিলায়েন্স জুনিয়ৰ কলেজ, গোলাঘাট।সুৰভি দেৱ, শশংকৰদেৱ জুনিয়ৰ কলেজ হোজাই।পিয়ু দাস,দিক্ৰং নেচনেল জুনিয়ৰ কলেজ,লখিমপুৰ।
পঞ্চম স্থানত ৪৬০ নম্বৰেৰে তিনিজন মেধাৱী।প্ৰেৰণা দুৱৰা আৰু আস্থা চৌধুৰী।চল্টব্ৰুক একাডেমি ডিব্ৰুগড়।অংকুৰ জ্যোতি ভূঞা,জেবি কলেজ যোৰহাট।
ষষ্ঠ স্থানত ৪৫৭নম্বৰেৰে আছে দুজন মেধাৱী।শ্ৰুতি জৈন,ডনবক্স' উচ্চতৰ মাধ্যমিক বিদ্যালয়,কাৰ্বি আংলং।কাৰ্তিক ধাৰিৱাল,নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়।
সপ্তম স্থানত ৪৫৪ নম্বৰেৰে আছে দুজন মেধাৱী।অৰিজিৎ সাহা,বঙাইগাঁও কলেজ।ৰোহিত আগৰৱাল,ৰামেশ্বৰ ধানোৱাৰ জুনিয়ৰ কলেজ,তিনিচুকীয়া।
অষ্টম স্থানত ৪৫৩ নম্বৰেৰে আছে চাৰিজন মেধাৱী।সুমিতা ৰয়,বিবেকানন্দ জুনিয়ৰ কলেজ কাছাৰ।প্রিয়া জৈন আৰু তৃষ্ণা দেৱী,নলবাৰী কমাৰ্চ কলেজ।মেঘা মজুমদাৰ, শিৱসাগৰ জুনিয়ৰ কলেজ, শিৱসাগৰ।
নৱম স্থানত ৪৫২নম্বৰেৰে আছে তিনিজন মেধাৱী।আদিত্য দত্ত,ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ।চিমি দাস,গুৱাহাটী কমাৰ্চ কলেজ।সংগীনা খাতুন,ব্ৰহ্মপুত্ৰ ভেলী একাডেমী,লখিমপুৰ।
দশম স্থানত ৪৫১নম্বৰেৰে আছে তিনিজন মেধাৱী।নলিনী জামাৰ,এনইএফ কলেজ, কামৰূপ(ম),সাক্ষী গোপাল সাহা,কেচি দাস কমাৰ্চ কলেজ কামৰূপ(ম)।মধুসূদন শৰ্মা,ডিক্ৰং নেচনেল কলেজ লখিমপুৰ।
- Log in to post comments
- 11 views