উচ্চতৰ মাধ্যমিকৰ ফলাফল : বাণিজ্য শাখাৰ শীর্ষ দহটা স্থান কাৰ কাৰ দখলত ?

Hs

নিউজ ডেস্ক :
উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত মুঠ ২৪গৰাকীয়ে ছাত্র-ছাত্ৰীয়ে শীর্ষ দহটা স্থান দখল কৰিছে।

প্ৰথম স্থানত, তৃষ্ণা মহেশ্বৰী চল্টব্ৰুক একাডেমী, ডিব্ৰুগড়।মুঠ নম্বৰ ৪৭১।

দ্বিতীয় স্থানত আছে সৰ্পিত কৌৰ , সোণাৰী জুনিয়ৰ কলেজ, চৰাইদেউ, ৪৬৮মুঠ নম্বৰ।

তৃতীয় স্থানত আছে বিনীতা সাহা, ৰামানুজন গুপ্তা জুনিয়ৰ কলেজ কাছাৰ।তেওঁ লাভ কৰিছে ৪৬৬ নম্বৰ।

চতুৰ্থ স্থানত ৪৬৫ নম্বৰেৰে আছে তিনিগৰাকী মেধাৱী।জ্ঞানদ্বীপ দুৱাৰা, ৰিলায়েঞ্চ জুনিয়ৰ কলেজ, গোলাঘাট।সুৰভি দেৱ, শংকৰদেৱ জুনিয়ৰ কলেজ হোজাই।পিয়ু দাস, দিক্ৰং নেচনেল জুনিয়ৰ কলেজ, লখিমপুৰ।

পঞ্চম স্থানত ৪৬০ নম্বৰেৰে আছে তিনিজন মেধাৱী।প্ৰেৰণা দুৱাৰ আৰু আস্থা চৌধুৰী চল্টব্ৰুক একাডেমি ডিব্ৰুগড়।অংকুৰ জ্যোতি ভূঞা , জেবি কলেজ যোৰহাট।

ষষ্ঠ স্থানত ৪৫৭নম্বৰেৰে আছে দুজন মেধাৱী।শ্ৰুতি জৈন, ডনবক্স উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাৰ্বি আংলং।কাৰ্তিক ধাৰিৱাল, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়।

সপ্তম স্থানত ৪৫৪ নম্বৰেৰে আছে দুজন মেধাৱী।আৰিজিৎ সাহা, বঙাইগাঁও কলেজ।ৰোহিত আগৰৱাল, ৰামেশ্বৰ ধানোৱাৰ জুনিয়ৰ কলেজ, তিনিচুকীয়া।

অষ্টম স্থানত ৪৫৩ নম্বৰেৰে আছে চাৰিজন মেধাৱী।সুমিতা ৰয়, বিবেকানন্দ জুনিয়ৰ কলেজ কাছাৰ।প্রিয়া জৈন আৰু তৃষ্ণা দেৱী নলবাৰী কমাৰ্চ কলেজ।মেঘা মজুমদাৰ ,শিৱসাগৰ জুনিয়ৰ কলেজ, শিৱসাগৰ।

নৱম স্থানত ৪৫২নম্বৰেৰে আছে তিনিজন মেধাৱী।
আদিত্য দত্ত, ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ।চিমি দাস গুৱাহাটী কমাৰ্চ কলেজ। সংগীতা খাতুন ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, লখিমপুৰ।

দশম স্থানত ৪৫১নম্বৰেৰে আছে তিনিজন মেধাৱী।নলিনী জামাৰ, এন ই এফ কলেজ, কামৰূপ(ম), সাক্ষী গোৱালসাহা কেচি দাস কমাৰ্চ কলেজ কামৰূপ(ম)। মধুসূদন শৰ্মা ডিক্ৰং নেচনেল কলেজ লখিমপুৰ।

Your Comments