উচ্চতৰ মাধ্যমিকৰ ফলাফল:কলা শাখাৰ শীর্ষ ১০ত কোন কোন জানি লওঁক

Hs

নিউজ ডেস্ক :
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ শীর্ষ ১০টা স্থানত আছে মুঠ ৪৪ গৰাকী ছাত্ৰ ছাত্ৰী।

ইয়াৰে ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে আছে দুজন মেধাৱীয়ে। দৰং জিলাৰ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুবালী ডেকা আৰু নগাঁও জিলাৰ ৰামানুজন জুনিয়ৰ কলেজৰ শ্রদ্ধা বৰগোঁহাই। তেওঁলোক দুয়ো গৰাকীয়ে লাভ কৰিছে মুঠ ৪৮১কৈ নম্বৰ।

দ্বিতীয় স্থানত আছে তিনিজন মেধাৱী।কাশ্মীৰ দাস, বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
 
অনিশা কাশ্যপ, গোলাঘাট জাতীয় বিদ্যাপীঠ মহাবিদ্যালয়।

চাইমা, আব্দুল সাঁচিব উচ্চতৰ মাধ্যমিক বিদ্যালয়, হোজাই।
মুঠ নম্বৰ ৪৭৭।

৪৭৩ নম্বৰেৰে তৃতীয় স্থানত আছে ৭গৰাকী মেধাৱী ছাত্র-ছাত্ৰী।

জোস্মিতা গোস্বামী, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা।

ফাৰহানুৰ ৰহমান, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়।

ময়ুৰীকা ডেকা ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ,দৰং।

সংগীত দাস, প্ৰাগমেটিক একাডেমী জুনিয়ৰ কলেজ, কামৰূপ(গ্রাম্য)।

পলি বৰা, কনচেপ্ট জুনিয়ৰ কলেজ, নগাঁও।

প্ৰিয়াক্ষী বৰা, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

মৌমিতা কোঁৱৰ, ৰামেশ্বৰ ধানোৱাৰ জুনিয়ৰ কলেজ ,তিনিচুকীয়া।

চতুৰ্থ স্থানত ৪৭২নম্বৰেৰে আছে চাৰিজন মেধাৱী।

মানসী চহৰীয়া, ব্ৰিলিয়েণ্ট একাডেমী, দৰং।দেৱাশ্ৰী বৰা, কটন বিশ্ববিদ্যালয়,কামৰূপ।
তুহিৰা জামান, মাধৱ দেৱ জুনিয়ৰ কলেজ নগাঁও।জুলি বৈশ্য, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

পঞ্চম স্থানত ৪৭১নম্বৰেৰে আছে চাৰিজন মেধাৱী।

শৰৎ শইকীয়া, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধেমাজি। সম্পূৰ্না বাৎস্বয়া, অসম জাতীয় বিদ্যালয়ৰ কামৰূপ(ম)।কাবেৰী কোঁচ, ৰামানুজন জুনিয়ৰ কলেজ।মালবিকা ভাৰদ্বাজ, পি বি ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী।

ষষ্ঠ স্থানত ৪৭০ নম্বৰেৰে আছে তিনি মেধাৱী।
ভাৰ্গব ফুকন, ক্ৰিচেণ্ট, একাডেমী যোৰহাট।স্বাগতা দত্ত, জিনিয়াছ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ।হৰ্ষিতা বৰঠাকুৰ, কলং পাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজ, নগাঁও।

সপ্তম স্থানত ৪৬৯নম্বৰেৰে আছে ৮জন মেধাৱী।
অৱন্তী ৰয় বি এন কলেজ, ধুবুৰী। আন্নাশ্ৰী মহন্ত, চল্টব্ৰুক একাডেমী , ডিব্ৰুগড়। অমিতেজ নাথ, গোলঘাত জাতীয় মহাবিদ্যালয়, গোলঘাট।দিব্য প্ৰতিম বৰা, আজাদ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ। উদিতা ইশানী কাকতি , ৰামানুজন জুনিয়ৰ কলেজ নগাঁও। শতাব্দী পূজাৰী, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।প্ৰিয়াংশ্ৰী গোস্বামী, ৰেনিচেন্স জুনিয়ৰ কলেজ, নগাঁও।পৰিনিত বুজৰবৰুৱা, আচাম ভেলি একাডেমী জুনিয়ৰ কলেজ, নলবাৰী।

অষ্টম স্থানত ৪৬৮ নম্বৰেৰে চাৰিজন মেধাৱী।

অলিস্মিতা শৰণীয়া, কৃষ্ণকান্ত  সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা।ডেজি নাথ, ব্ৰুডশ একাডেমী জুনিয়ৰ কলেজ, বৰপেটা।আফ্ৰিন ইছলাম, এচ টি সাভাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড়।প্ৰাপ্তি বৰুৱা, ফৰকাটিং জুনিয়ৰ কলেজ গোলাঘাট।

নৱম স্থানত ৪৬৭ নম্বৰেৰে তিনি মেধাৱী। অজস্ৰোতা বশিষ্ঠ গোস্বামী,বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাঁও।
এ'পল কাশ্যপ, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ যোৰহাট।নম্ৰতা বৰুৱা, ৰামানুজন জুনিয় কলেজ, নগাঁও।

দশম স্থানত আছে ৪৬৬ নম্বৰেৰে ৬জন মেধাৱী।
চন্দ্ৰীকা কলিতা, কৃষ্ণকান্ত সন্দিকৈ জুনিয় কলেজ, বৰপেটা।অংকিতা ভূঞা, কিৰণ একাডেমী জুনিয় কলিজা, ধেমাজি। কৃষ্ণাৱালা দাস হালাগোড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবুৰী। শুভাকাংশী আট্ৰেয়, ক্ৰীছেন্ট একাডেমী , যোৰহাট। চাহাব উদ্দিন, লালোক উচ্চতৰ মাধ্যমিক বিদ্যালয়।মমিনা আষতা, লুইত একাডেমী জুনিয়ৰ কলেজ, নলবাৰী।

Your Comments