ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে কোভিড-১৯ আক্রান্ত।কিছুসময় পূৰ্বে ঢকুৱাখানা আৰু ওদালগুৰিত ১জনকৈ লোকৰ দেহত ধৰা পৰিছে ক'ৰ'না ভাইৰাছ।উল্লেখ যে আক্রান্ত লোক দুজন তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল।সদৰি কৰিলে স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যত মুঠ আক্রান্ত ২১২জনলৈ বৃদ্ধি পালে।
- Log in to post comments
- 8 views