'মাদ্ৰাছা আৰু টোল বন্ধ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিলে আদালতত গোচৰ তৰিব কংগ্ৰেছে।'-এই বক্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।এই সিদ্ধান্ত অগণতান্ত্ৰিক আৰু সংবিধানৰ ২৮ আৰু ৩০ নং অনুচ্ছেদৰ উলংঘন বুলি মন্তব্য কৰে বৰাই।উল্লেখযোগ্য যে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাদ্ৰাছা আৰু টোলসমূহ ৰাজ্য চৰকাৰে বন্ধ কৰিব বুলি মন্তব্য কৰিছিল।
- Log in to post comments
- 33 views