লুনা ১। ছোভিয়েটৰ প্রচেষ্টা। সময় আছিল ১৯৫৯ চনৰ জানুৱাৰী মাহ। পৃথিৱীৰ মাধ্যাকর্ষণ পাৰহৈ প্রথম কোনো মহাকাশযান অৱতৰণ কৰিছিল মহাকাশত। আৰু চন্দ্ৰৰ ৪০০০ মাইলৰ ভিতৰত উপস্থিত হৈছিল।
১৯৬৯ চনৰ ২০ জুলাইত অৱশ্য ইতিহাস সৃষ্টি হ’ল। নীল আৰ্মষ্ট্ৰং আৰু এডুইন 'বাজ' এলড্ৰিনে চন্দ্ৰৰ মাটি চুইছিল।
- Read more about অতীতৰপৰাই 'চন্দ্ৰাহত' মানৱজাতি বাৰে বাৰে দৌৰিছে চন্দ্ৰৰ দিশে
- Log in to post comments
- 11 views