❍ Walmart ৰ প্ৰতিষ্ঠাপক কোন ?
➥ ছেম ৱাল্টন (Sam walton), ১৯৬২ ৷
❍ Paytmৰ প্ৰতিষ্ঠাপক কোন ?
➥ বিজয় শ্বেখৰ শৰ্মা ।
❍ Amazonৰ প্ৰতিষ্ঠাপক কোন ?
➥ জেফ বেজুছ (jef bezos), ১৯৯৪ ৷
❍ Googleৰ প্ৰতিষ্ঠাপক কোন ?
➥ লেৰি পেজ, ছফে ব্ৰিন, ১৯৯৮
❍ Microsoftৰ প্ৰতিষ্ঠাপক কোন ?
➥ বিল গেটছ, পাঁল এলন, ১৯৭৫
❍ WhatsAppৰ প্ৰতিষ্ঠাপক কোন ?
➥ ব্ৰায়ন এক্টন আৰু জেন কোম, ২০০৯
❍ Flipkartৰ প্ৰতিষ্ঠাপক কোন ?
➥ শচীন বানছাল, বিন্নী বানছাল, ২০০৭
❍ Yahooৰ প্ৰতিষ্ঠাপক কোন ?
➥ ডেভিড ফেলো, জেৰি য়াং, ১৯৯৪
- Read more about কোনে কি প্ৰতিষ্ঠা কৰিছিল ?
- Log in to post comments