প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাক এলভিছ প্ৰেছলিৰ জনপ্ৰিয়তাৰে তুলনা কৰিলে ডোনাল্ড ট্ৰাম্পে

Modi

মঙলবাৰে নিউয়ৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপক্ষিক আলোচনাত মিলিত হোৱাৰ পিছত মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোডীৰ জনপ্ৰিয়তাক তুলনা কৰিলে আমেৰিকাৰ 'ৰক এণ্ড ৰ'ল' মহাতাৰকা এলভিছ প্ৰেছলিৰ প্ৰচুৰ জনপ্ৰিয়তাৰ সৈতে।

Elvis

 

হিউষ্টনৰ এনআৰজি ষ্টেডিয়ামত অনুষ্ঠিত 'হাউডী মোডী' অনুষ্ঠানৰ প্ৰসংগ টানি আনি ট্ৰাম্পে কয়-'মানুহৰ মাজত মোডীক লৈ ব্যাপক আৱেগ আছিল।মোডী এলভিছৰ দৰেই আছিল।এনেকুৱা লাগিছিল যেন এলভিছ প্ৰেছলি উভতি আহিছে।'

Your Comments