ইউএইৰ সৰ্বোচ্চ নাগৰিক বঁটা 'অৰ্ডাৰ অব জায়েড'ৰে সন্মানিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

modi award

সংযুক্ত আৰব এমিৰেটছৰ(ইউএই)ৰ সৰ্বোচ্চ নাগৰিক বঁটা 'অৰ্ডাৰ অব জায়েড'ৰে শনিবাৰে সন্মানিত কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।ইউএইৰ ক্ৰাউন প্ৰিন্স শ্বেখ মহম্মদ বিন জায়েড অল নাহয়ানে প্ৰধানমন্ত্ৰী মোডীক উক্ত বঁটাৰে সন্মানিত কৰে।অল নাহয়ানৰ সৈতে আলোচনাতো মিলিত হয় প্ৰধানমন্ত্ৰী মোডী।বিভিন্ন আঞ্চলিক আৰু আন্ত:ৰাষ্ট্ৰীয় বিষয়ত দুয়ো আলোচনা কৰে।

Your Comments