ৰাজ্যৰ বানাক্ৰান্তলৈ অসম গণ পৰিষদ বিধায়িনী দলে সাহায্য প্ৰদান কৰিছে।মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে দলটোৰ বিধায়নী দলৰ সদস্যসকলে আগবঢ়াই পাঁচ লাখ টকাৰ বৰঙণি।উল্লেখ্য যে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই সাহায্য আগবঢ়াই বিধায়িনী দলটোৰ নেতৃত্বই।
আনহাতে,অগপৰ এই সাহায্য পুঁজি গ্ৰহণ কৰি ধন্যবাদ জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- Log in to post comments
- 9 views