প্ৰাদেশীকৃত মাদ্ৰাছাৰ শিক্ষক পদৰ বাবে টেট উত্তীৰ্ণ প্ৰাৰ্থীয়েহে আবেদন কৰিব পাৰিব বুলি ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা সিদ্ধান্ত আৰু এই সন্দৰ্ভত জাৰি কৰা জাননী বাহাল ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।শিক্ষা বিভাগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা ২৮ খন আবেদন সোমবাৰে নামঞ্জুৰ কৰে ন্যায়ালয়ে।
- Log in to post comments
- 13 views