হ্ৰাস পাব পেট্ৰ'ল-ডিজেলৰ মূল্য!

oil

নিউজ ডেস্ক:
চলিত সপ্তাহত আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৩ ডলাৰলৈকে হ্ৰাস পাইছে।ইয়াৰ বাবে সম্প্ৰতি চৰ্চা চলিছে যে ভাৰতত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস পাব নেকি?

আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হ'লে ভাৰতত পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি কৰা হয়।এতিয়া আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ সময়ত ভাৰতত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰি চৰকাৰে গ্ৰাহকক সকাহ দিব নেকি বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

Your Comments