মুম্বাইৰ ডংৰীত চাৰি মহলীয়া ঘৰ ভাগি পৰাত ১২ জন লোকৰ মৃত্যু:আশ্চৰ্যজনকভাৱে প্ৰাণ ৰক্ষা কণমানি শিশুৰ

mumbai

নিউজ ডেস্ক:
মুম্বাইৰ ডংৰী এলেকাত মঙলবাৰে পুৱা এটা চাৰি মহলীয়া ঘৰ ভাগি পৰাত ১২ জন লোকৰ মৃত্যু হয়।কিন্তু আশ্চৰ্যজনকভাৱে দুৰ্ঘটনাটোত প্ৰাণ ৰক্ষা পৰে এটি কণমানি শিশুৰ।উদ্ধাৰ অভিযানত জীৱন্তে উদ্ধাৰ কৰা হয় শিশুটিক।শিশুটিৰ চিকিৎসা চলি আছে।ইফালে, ঘৰটোৰ ধ্বংসস্তুপত ৪০-৫০ জন লোক আৱদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে।

Your Comments