কংগ্ৰেছত অৰ্ন্তকন্দল তুংগত:সিদ্ধু-অমৰিন্দৰ সিঙৰ সংঘাতৰ সময়তে পি চি চাক' -শীলা দীক্ষিতৰ মতানৈক্য

punjab

নিউজ ডেস্ক:
কংগ্ৰেছত তুংগত উঠিছে বিসম্বাদ।পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰে তীব্ৰ সংঘাতত লিপ্ত হৈ ৰাজ্যখনৰ এজন মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ  নৱজ্যোৎ সিং সিদ্ধুয়ে পদত্যাগ কৰাৰ সময়তে আন দুজন জ্যেষ্ঠ নেতা পি চি চাক' আৰু দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ মাজত তীব্র মতানৈক্যই দেখা দিছে।চাক'ই পত্ৰ লিখি দীক্ষিতৰ দিল্লী কংগ্ৰেছকেন্দ্ৰিক কিছু কাম-কাজৰ তীব্র সমালোচনা কৰিছে।

Your Comments