অৱসৰৰ পিছতে বিজেপিত যোগ দিব ধোনীয়ে !

dhoni

নিউজ ডেস্ক:

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে মহেন্দ্ৰ সিং ধোনীয়ে বিজেপিত যোগ দিব পাৰে।এই বুলি মন্তব্য কৰিছে জ্যেষ্ঠ বিজেপি নেতা সঞ্জয় পাছোৱানে।ধোনীয়ে বিজেপিত যোগ দিয়াৰ সন্দৰ্ভত বহু দিনৰ পৰা কথা-বতৰা চলি থকা বুলিও তেওঁ কয়।উল্লেখ্য যে চলিত বর্ষতে ধোনীৰ গৃহৰাজ্য ঝাৰখণ্ডত নিৰ্বাচন।

Your Comments