কামপুৰত বৰাপানী নৈয়ে ছিঙিলে মথাউৰি:৭ খন গাঁৱৰ ১০ হাজাৰ লোক জলবন্দী

kampur

নিউজ ডেস্ক:

নগাঁও জিলাৰ কামপুৰত বৰাপানী নৈৰ কোবাল সোঁতে ছিঙিলে মথাউৰি।জলবন্দী হৈ পৰিছে ৭ খন গাঁৱৰ ১০ হাজাৰতকৈ অধিক লোক।আনহাতে,লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াত কামপুৰ অঞ্চলৰ ২০ খন গাঁও প্লাৱিত হৈছে।

Your Comments