কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভয়াৱহ বান:৮০ শতাংশ এলেকা প্লাৱিত

kaziranga

নিউজ ডেস্ক:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভয়ানক বানৰ কবলত।প্লাৱিত হৈছে উদ্যানখনৰ ৮০ শতাংশ এলেকা।উদ্যানখনৰ যথেষ্ট সংখ্যক বন্যজীৱই উদ্যানখনৰ উচ্চ স্থানত আশ্ৰয় লৈছে।বানত কাজিৰঙাৰ বন্যজীৱৰ প্ৰাণহানিৰো আশংকা কৰা হৈছে।

Your Comments