পূব-দক্ষিণ ভূটানত প্ৰৱল বৃষ্টিপাতৰ শংকা:ভয়াৱহ ৰূপ ল'ব পাৰে বানে

bhutan

নিউজ ডেস্ক:

ভূটানৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ১২-১৪ জুলাইত পূব আৰু দক্ষিণ ভূটানত প্ৰৱল বৃষ্টিপাত হোৱাৰ আশংকা প্ৰকাশ কৰিছে।


যদি প্ৰৱল বৃষ্টিপাতৰ পূৰ্বানুমান সত্য  প্ৰমাণ হয়,উত্তৰ অসমৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিব।চিৰাং জিলাৰ বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে।

Your Comments