ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক পাঠ্যক্ৰমৰ ফলাফলৰ দিন ঘোষণা

du

নিউজ ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক পাঠ্যক্ৰমৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে।১৬ জুলাইত বিশ্ববিদ্যালয়খনে ঘোষণা কৰিব কলা, বিজ্ঞান আৰু বাণিজ্যক শাখাৰ সান্মাষিকৰ ফলাফল।


ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক ব'র্ডে প্ৰকাশ কৰা অনুসৰি উক্ত দিনা দিনৰ ১১বজাত স্নাতক দ্বিতীয় ,চতুৰ্থ আৰু সান্মাষিকৰ ফলাফল ঘোষণা কৰিব।


পৰীক্ষাৰ ফলাফল চাবৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ তিনিটা ৱেবচাইটৰ ব্যৱস্থা কৰিছে।ৱেবচাইটকেইটা হৈছে www.dibru.net, www.exametc.com আৰু www. indianresult.com।

Your Comments