নতুন দিল্লীৰ কন'ট প্লেচ কাৰ্যালয় মুকলিৰ ক্ষেত্ৰত বিশ্বৰ নৱম সবাতোকৈ দামী স্থান

cp

নতুন দিল্লীৰ কন'ট প্লেচ চিহ্নিত হৈছে কাৰ্যালয় মুকলি কৰাৰ ক্ষেত্ৰত বিশ্বৰ নৱম সবাতোকৈ দামী স্থান হিচাপে।সম্পত্তি পৰামৰ্শদাতা কোম্পানী চিবিআৰআইৰ মতে,কন'ট প্লেচত অফিচ লোকেচনৰ প্ৰতি বৰ্গফুটৰ বাৰ্ষিক ভাড়া ১৪৪ ডলাৰলৈকে।বিগত বৰ্ষতো কন'ট প্লেচ একেই স্থানত আছিল।


উল্লেখ্য যে হংকঙৰ চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট হৈছে কাৰ্যালয় মুকলি কৰাৰ ক্ষেত্ৰত বিশ্বৰ সবাতোকৈ দামী স্থান।ইয়াত কাৰ্যালয়ৰ বাৰ্ষিক ভাড়া প্ৰতি বৰ্গফুটত ৩২২ ডলাৰ।

Your Comments