টুইটাৰত ৰাহুল গান্ধীৰ ফল'ৱাৰ্ছৰ সংখ্যা হ'লগৈ ১ কোটি:সকলোলৈ ধন্যবাদ জ্ঞাপন

rahul

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইটাৰত ফল'ৱাৰ্ছৰ সংখ্যা ১ কোটি হ'লগৈ।ইয়াৰ বাবে ৰাহুলে তেওঁৰ ফল'ৱাৰ্ছসকলক ধন্যবাদ জ্ঞাপন কৰিছে।ৰাহুলে কয় যে তেওঁ আমেথিত কংগ্ৰেছ সদস্যসকলৰ সৈতে একেলগে এই সুখবৰৰ আনন্দ উদযাপন কৰিব।

Your Comments