দুৰ্নীতিৰ বিৰুদ্ধে আজি ১৯ খন ৰাজ্যৰ ১১০টা স্থানত চিবিআইৰ তালাচী

cbi

দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মঙলবাৰে দেশজুৰি চিবিআয়ে তালাচী অভিযান চলাইছে।দেশৰ ১৯ খন ৰাজ্যৰ ১১০টা স্থানত ভ্ৰষ্টাচাৰৰ ৩০ টা গোচৰ সন্দৰ্ভত চিবিআয়ে অভিযান চলাইছে।উল্লেখ্য যে কাশ্মীৰৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহে ভ্ৰষ্টাচাৰ বিৰোধী অভিযান আৰম্ভ কৰিছিল।


মোডী চৰকাৰৰ ভ্ৰষ্টাচাৰ  বিৰোধী শূন্য সহনশীলতা নীতিৰ আধাৰত চিবিআয়ে আজিৰ দুৰ্নীতি বিৰোধী অভিযান চলাইছে।তালাচীত জব্দ কৰা নথি-পত্ৰৰ আধাৰত বৰ্তমানলৈকে ২০ টা গোচৰ ৰুজু কৰা হৈছে।

Your Comments