কাশ্মীৰত অমৰনাথ গুহাৰ শিৱলিংগ দৰ্শন কৰিবলৈ তীৰ্থযাত্ৰীৰ বিপুল উৎসাহ

amarnath

দক্ষিণ কাশ্মীৰস্থিত অমৰনাথ গুহাত থকা শিৱলিংগ সোমবাৰে দৰ্শন কৰে প্ৰায় ১৫,০০০ ভক্তই।

nn
উল্লেখ্য যে সন্ত্ৰাসবাদীৰ ভাবুকিলৈ কৰ্ণপাত নকৰি বৰ্তমানলৈ ১ লাখ ১১ হাজাৰ ৬৫৫ গৰাকী ভক্তই অমৰনাথৰ শিৱলিংগ দৰ্শন কৰিছে।আগন্তুক দিনকেইটাত আৰু অধিক ভক্তই দৰ্শন কৰিব।উল্লেখ্য যে হিমালয়ৰ  ৩,৮৮০মিটাৰ উচ্চতাত অৱস্থিত অমৰনাথ গুহা।


ইফালে,অমৰনাথ যাত্ৰা সুকলমে চলি থাকিবলৈ সুৰক্ষা বাহিনীসমূহে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে।

Your Comments