কেন্দ্ৰীয় বাজেটক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন ভাৰত গঢ়াৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আখ্যা দিলেও বিৰোধী দল কংগ্ৰেছে বাজেটখনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।লোকসভাত কংগ্ৰেছ দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে বাজেটখনক নতুনত্বহীন আখ্যা দিছে।তেওঁ বাজেটখনক নতুন বটলত পুৰণি সুৰা আখ্যা দিছে।
- Log in to post comments
- 14 views