মোডী চৰকাৰে 'সাধাৰণ বাজেট-২০১৯'ত পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ব্যৱস্থা কৰিলে।সাধাৰণ বাজেটত পেট্ৰ'ল আৰু ডিজেলৰ আবকাৰী শুল্ক ১-১ টকাকৈ বৃদ্ধি কৰা হৈছে।পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে নিশ্চিতভাৱে দেশৰ মধ্যবিত্ত-নিম্ন মধ্যবিত্ত শ্ৰেণীৰ জনতাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব।
- Log in to post comments
- 14 views