নিউজ ডেস্ক :
অসমীয়াৰ উপৰিও দেশৰ প্ৰতিটো সংবিধান স্বীকৃত আঞ্চলিক ভাষাতে এতিয়াৰ পৰা উপলব্ধ হ'ব উচ্চতম ন্যায়ালয়ৰ ৰায়দান। Google text transalation app ৰ জৰিয়তে জুলাই মাহৰ পৰাই উচ্চতম ন্যায়ালয়ে আগবঢ়াব এই গুৰুত্বপূৰ্ণ সেৱা।
উল্লেখ যে উচ্চতম ন্যায়ালয়ৰ নতুন বিল্ডং মুকলি কৰাৰ দিনাই এই অভিলাষী প্ৰকল্পতোও মুকলি কৰিব দেশৰ ৰাষ্ট্ৰপ্ৰতি ৰামনাথ কবিন্দে।
- Log in to post comments
- 22 views