নিউজ ডেস্ক :
#সংসদত আজি দাখিল হ'ব মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ সাধাৰণ বাজেট।
#বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দিনৰ ১১বজাত দাখিল কৰিব এই বাজেট।
#বাজেটত আহিব পাৰে কৃষক সকলৰ বাবে কিছু ভাল খবৰ।
#একেদৰে চৰকাৰী কৰ্মচাৰী সকলৰো বৃদ্ধি হ'ব পাৰে অৱসৰৰ বয়সৰ উৰ্ধ সীমা ।
- Log in to post comments
- 3 views