এয়া গণতন্ত্ৰ আৰু কোন জে'ললৈ যাব,সেয়া নিৰ্ধাৰণ কৰিব আদালতে-প্ৰধানমন্ত্ৰী মোডী

modi

নিউজ ডেস্ক:
সোমবাৰে লোকসভাত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে মন্তব্য কৰিছিল-যদি কংগ্ৰেছ ভ্ৰষ্ট,তেন্তে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী কাৰাগাৰত নাই কিয়?ইয়াৰ প্ৰত্যুত্তৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়-এয়া জৰুৰীকালীন অৱস্থা নহয় যে কাৰণহীনভাৱে কাৰোবাক কাৰাগাৰলৈ প্ৰক্ষেপ কৰা হ'ব।এয়া গণতন্ত্ৰ আৰু কোন জে'ললৈ যাব,সেয়া নিৰ্ধাৰণ কৰিব আদালতে।

Your Comments