জম্মু-কাশ্মীৰত চলিত বৰ্ষত বৰ্তমানলৈকে ১১৫ টা সন্ত্ৰাসবাদী নিধন

oo

জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদ বিৰোধী অভিযানত সফলতা লাভ কৰিছে সুৰক্ষা বাহিনীয়ে।পুলৱামাৰ অৱন্তীপুৰাত সুৰক্ষা বাহিনীয়ে নিধন কৰে দুটা সন্ত্ৰাসবাদীক।সংঘৰ্ষস্থলীৰ পৰা অস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰা হৈছে।উল্লেখ্য যে চলিত বছৰত জম্মু-কাশ্মীৰত এতিয়ালৈকে কমেও ১১৫ টা সন্ত্ৰাসবাদীক নিধন কৰিছে।

Your Comments