কেন্দ্ৰীয় মন্ত্ৰীসকলক সময়মতে কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

modi

কেন্দ্ৰীয় মন্ত্ৰীসকলক সময়মতে প্ৰতিটো দিনতে পুৱা ৯-৩০ বজাত কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।লগতে ঘৰৰ পৰা কাম কৰাৰ অভ্যাস পৰিত্যাগ কৰিবলৈ ক'লে প্ৰধানমন্ত্ৰীয়ে।

 

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ প্ৰথমখন বৈঠকত এনেদৰে নিৰ্দেশ দি কৰ্মসংস্কৃতি সৃষ্টিত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

Your Comments