পাকিস্তানৰ আকাশ মার্গেৰে কিৰ্গিস্তানলৈ যোৱাৰ অনুমতি মোডীৰ বিমানক

modi

নিউজ ডেস্ক :
অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান পাকিস্তানৰ আকাশ মার্গেৰে কিৰ্গিস্তানলৈ যোৱাৰ অনুমতি প্ৰদান কৰিলে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডী অহা ১৩ আৰু ১৪ জুনত এছ চি অ’ বৈঠকত অংশগ্ৰহণৰ বাবে কিৰ্গিস্তানলৈ যাব। জানিব পৰা মতে, ভাৰত চৰকাৰে মোডীৰ বিমান পাকিস্তানৰ এয়াৰস্পেচেৰে যোৱাৰ বাবে অনুমতি বিচাৰি পাকিস্থানলৈ পত্ৰ প্ৰেৰণ কৰিছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে সোমবাৰে ভাৰত চৰকাৰৰ অনুৰোধ ৰক্ষা কৰি এই অনুমতি প্ৰদান কৰে।

Your Comments