ভ্ৰষ্টাচাৰৰ গোচৰত গ্ৰেপ্তাৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলি জৰ্দাৰী

jardari

নিউজ ডেস্ক:
ভুৱা বেংক একাউণ্ট গোচৰত সোমবাৰে পাকিস্তানৰ শীৰ্ষ ভ্ৰষ্টাচাৰ প্ৰতিৰোধী সংস্থাই গ্ৰেপ্তাৰ কৰিলে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলি জৰ্দাৰীক।

ইছলামাবাদস্থিত উচ্চ ন্যায়ালয়ে জৰ্দাৰীৰ অগ্ৰীম জামিনৰ ম্যাদ বৃদ্ধিৰ আবেদন  খাৰিজ কৰাৰ কিছু সময়  পিছতেই ইছলামাবাদৰ নিজ আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৰাজনৈতিক দল পিপিপিৰ সহ-অধ্যক্ষ জৰ্দাৰীক।

Your Comments