১ জুলাইৰ পৰা গুৱাহাটীৰ পৰা ঢাকালৈ পোনপটীয়া বিমানসেৱা

biman

নিউজ ডেস্ক:
১ জুলাইৰ পৰা গুৱাহাটীৰ পৰা বাংলাদেশৰ ৰাজধানী ঢাকালৈ  পোনপটীয়াকৈ চলিব  বিমান।স্পাইচজেটে উপলব্ধ কৰিব এই বিমানসেৱা।ইতিমধ্যে টিকট বুকিং আৰম্ভ হৈছে।

Your Comments