আজিৰে পৰা আৰম্ভ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয় সমূহৰ নামভৰ্তি প্ৰক্ৰিয়াৰ

du

#আজিৰে পৰা আৰম্ভ দিল্লী বিশ্ববিদ্যালৰ অধীনস্থ কলেজ সমূহৰ ২০১৯-২০বর্ষৰ নামভৰ্তি প্ৰক্ৰিয়া।
#স্নাতক বর্ষৰ বাবে  অনলাইনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব।
#দিল্লী বিশ্ববিদ্যালয়ৰ ৱেবচাইটত উপলব্ধ হব  প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সন্দৰ্ভত বিতং ব্যাখ্যা।
#আনহাতে অহা ৩জুনৰ পৰা বিশ্ববিদ্যালয় খনত আৰম্ভ হ'ব স্নাতকোত্তৰ, পি এইচ ডি আৰু এমফিলৰ নামভৰ্তি প্ৰক্ৰিয়া।

Your Comments