নিউজ ডেস্ক:
ছুইজাৰলেণ্ডৰ চৰকাৰে দেশখনৰ বেংকত ক'লা ধন ৰখা ভাৰতীয়সকলৰ বিৰুদ্ধে সক্ৰিয় হৈছে।কমেও ২৫ গৰাকী ভাৰতীয় বেংক গ্ৰাহকলৈ তেওঁলোকৰ একাউণ্টৰ তথ্য ভাৰত চৰকাৰে পাব পৰাকৈ সাৰ্বজনীন কৰা সন্দৰ্ভত ছুইছ চৰকাৰে জাননী জাৰি কৰিছে।
বেংক একাউন্টধাৰীসকলক এই বুলি জাননী জাৰি কৰা হৈছে যে তেওঁলোকৰ একাউন্টৰ তথ্য কিয় ভাৰত চৰকাৰক দিব পৰা নাযাব।
- Log in to post comments
- 34 views