নিউজ ডেস্ক:
অহা মাহত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰে সাক্ষাৎ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ট্ৰাম্পৰে এয়া হ'ব মোডীৰ প্ৰথম সাক্ষাৎকাৰ।
অহা ২৮-২৯ জুনত জাপানৰ অ'ছাকাত অনুষ্ঠিত হ'বলগীয়া জি-২০ দেশসমূহৰ শীৰ্ষ সন্মিলনত মোডী আৰু ট্ৰাম্পৰ সাক্ষাৎ হ'ব।
- Log in to post comments
- 22 views