হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ইফটাৰ 

trump

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছে যে ইছলামধৰ্মীয়সকলৰ পৱিত্ৰ মাহ ৰমজানত সহিষ্ণুতা আৰু শান্তিৰ আশাৰে মানুহ একত্ৰ হয়।

 

উল্লেখ্য যে  ৰাষ্ট্ৰপতি ট্ৰাম্পে হোৱাইট হাউছত তেওঁৰ প্ৰশাসনৰ শীৰ্ষ ইছলামধৰ্মী বিষয়া আৰু বিভিন্ন দেশৰ ৰাজনীতিক-কূটনীতিবিদসকলৰ বাবে ইফটাৰৰ ডাৱত দিয়ে।

Your Comments