নিউজ ডেস্ক:
ইটালীৰ এজন সাংবাদিক ফ্ৰেনচেছা মেৰিন'ই তেওঁৰ এটা প্ৰতিবেদনত কৈছে যে ভাৰতীয় যুঁজাৰু বিমানে পাকিস্তানৰ বালাকোটত ২৬ ফেব্ৰুৱাৰীত জৈছৰ প্ৰশিক্ষণ শিবিৰত কৰা বোমাবর্ষণত ১৩০-১৭০টা সন্ত্ৰাসবাদী নিহত হৈছিল।
ইটালীৰ সাংবাদিকজনৰ প্ৰতিবেদনে বালাকোটত যথেষ্টসংখ্যক সন্ত্ৰাসবাদী নিধন হোৱাৰ ভাৰতীয় বায়ু সেনাৰ বক্তব্যক পুনৰবাৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত নিশ্চিতি প্ৰদান কৰিলে।
- Log in to post comments
- 20 views