নিউজ ডেস্ক:
সংসদ আক্ৰমণ,পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ড কুখ্যাত সন্ত্ৰাসবাদী নেতা মৌলানা মাছুদ আজহাৰক ৰাষ্ট্ৰসংঘই আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে।
মাৰ্কিন যুক্তৰাষ্ট্ৰ,ৰাছিয়াকে ধৰি আগশাৰীৰ ৰাষ্ট্ৰসমূহৰ হেঁচাত হাৰ মানি চীনে ভেটো প্ৰত্যাহাৰ কৰাত আজহাৰক আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰা সম্ভৱপৰ হয়।এয়া ভাৰতৰ বৃহৎ কূটনৈতিক বিজয় হিচাপে চিহ্নিত হৈছে।
- Log in to post comments
- 9 views