নিউজ ডেস্ক:
পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ড কুখ্যাত সন্ত্ৰাসবাদী মৌলানা মাছুদ আজহাৰক আজি ৰাষ্ট্ৰসংঘই আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰিব।
ভাৰতৰ লগতে মাৰ্কিন যুক্তৰাষ্ট্ৰ,গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স আদি আগশাৰীৰ ৰাষ্ট্ৰৰ হেঁচাত সেও মানি এইবাৰ নিৰাপত্তা পৰিষদত ভেটো প্ৰদান নকৰে চীনে।
আজহাৰক আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰাটো ভাৰতৰ বাবে কূটনৈতিক বিজয় হিচাপে চিহ্নিত হ'ব।
- Log in to post comments
- 16 views