পুনৰ মোডী চৰকাৰ গঠন হ'লে ভাৰত-পাকিস্তানৰ মাজত আলোচনা সম্ভৱ:ইমৰাণ খান

imran

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে মন্তব্য কৰিছে যে ভাৰতত যদি পুনৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন হয়,তেতিয়া ভাৰত-পাকিস্তানৰ মাজত শান্তি আলোচনা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা উজ্জ্বল।কিন্তু যদিহে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হয়,শান্তি আলোচনাৰ বিষয়টো তেওঁলোকে পিছলৈ ঠেলি থাকিব।


পাকিস্তানৰ সৈতে  ভাৰতৰ সংঘাত অতিকৈ বৃদ্ধি পোৱাৰ সময়ত ইমৰাণ খানে মোডীৰ  সমৰ্থনত মন্তব্য দিয়াটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

Your Comments