ভাৰত মহাকাশৰ মহাশক্তি হোৱাটো সহিব পৰা নাই চীন আৰু পাকিস্তানে!

rocket

ভাৰতে কৃত্ৰিম উপগ্ৰহ বিধ্বংসী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষাৰে মহাকাশৰ মহাশক্তি হোৱাৰ পিছত চীন আৰু পাকিস্তানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।দুয়োখন দেশ ভাৰতৰ এই সফলতাত কম্পিত হোৱাটো স্পষ্ট হৈছে।দুয়োখন দেশে মন্তব্য কৰিছে যে মহাকাশত এনে গতিবিধি চলোৱা উচিত নহয়,যাৰ দ্বাৰা এলেকাটোত সৈন্য শক্তি বৃদ্ধিৰ প্ৰতিযোগিতা আৰম্ভ হয়।

Your Comments