ম্যানমাৰ সেনাৰ অভিযানত মোক্ষম আঘাত এনডিএফবি (এছ)ৰ

fight_

ম্যানমাৰত এনডিএফবি (এছ)ৰ কেম্পত ম্যানমাৰ সেনাৰ ভয়ংকৰ অভিযান আৰু আক্ৰমন। এক সূত্ৰ মতে সংগঠনটোৰ সবাবটি বি. চাওৰাইগোড়াকে ধৰি প্ৰায়ভাগ কেডাৰে ভয়ংকৰ অভিযানৰ ফলত ম্যানমাৰ এৰিবলগা হৈছে। এক সূত্ৰই জনোৱা মতে সংগঠনটোৰ বৈদেশিক সম্পাদক এনএই ইসাৰাই ম্যানমাৰ সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছে৷ প্ৰায়ভাগ উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনৰ কেম্পত অভিযান চলোৱাৰ ফলত বিপদ পৰা বুলি এক সূত্ৰই জনাইছে৷

Your Comments