কম্পিউটাৰ অপাৰেটৰ-ছাইল্ড ডেভেলপমেণ্ট অফিচাৰৰ পদ খালি

apsc

অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ত কম্পিউটাৰ অপাৰেটৰৰ ১৭ টা আৰু অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগত ৭৩ টা ছাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ পদ খালি।আবেদন গ্ৰহণৰ অন্তিম তাৰিখ ৩১ মার্চ,২০১৯।www.apsc.nic.in ত সবিশেষ তথ্য  জানিব পাৰে।

Your Comments